জমেট’ই খালে উবেৰক

নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ জনপ্ৰিয় হৈছে এতিয়া অনলাইন অৰ্ডাৰ কৰি খোৱা খাদ্য। যি সকলে লোকে খাদ্য বনাবলৈ এলাহ কৰে সেই সকলৰ লোকৰ অতি প্ৰিয় এই অৰ্ডাৰ দিয়া খাদ্য। অনলাইনত এতিয়া সহজ অৰ্ডাৰ । অৰ্ডাৰ কৰিলেই কম সময়ৰ ভিতৰত খাদ্য আপোনৰ ঘৰৰ ওচৰত হাজিৰ হয় খাদ্য। ভাৰতত অনলাইন খাদ্য ব্যৱসায় কৰি থকা মবাইল এপছ উবেৰ ইটছক জমেটই ক্ৰয় কৰিছে। এতিয়াৰে ভাৰতৰ উবেৰ ইটছৰ সকলো ব্যৱসায় জমেট’ৰ অধিনলৈ গৈছে। জমেট’ই মুঠ ২৪৮৫ কোটি টকাত উবেৰ ইটছক ক্ৰয় কৰিলে।

Comments (0)
Add Comment