টি-২০ ত কেৰিয়াৰৰ তৃতীয়টো হেট্ৰিক অৰ্জন ৰাছিদ খানৰ

নিয়মীয়া বাৰ্তা, ৮ জানুৱাৰীঃ আফগানিস্তান আৰু এডিলেইড ষ্ট্ৰাইকাৰ্চৰ অলৰাউণ্ডাৰ ৰাছিদ খানে বুধবাৰে খেলা এখন খেলৰ জড়িয়তে নিজৰ তৃতীয় হেট্রিক অৰ্জন কৰে।

চলিত ছিজনৰ বিগ বেচ লীগ (বিবিএল) ৰ এখন খেলত ছিডনি ছিক্সাৰ্ছৰ বিপক্ষে এই কৃতিত্ব অর্জন কৰে ৰাছিদে।

উল্লেখ্য যে ৰাছিদে ইয়াৰ পূৰ্বে ২০১৭ ত কেৰিবিয়ান পিমিয়াৰ লীগত হেট্ৰিক অৰ্জন কৰিছিল ।

Comments (0)
Add Comment