দলং খহি ৬ টি শিশুৰ মৃত্যু

নিউজ ডেস্ক,১৮ নৱেম্বৰঃ বিহাৰত ভয়ংকৰ ঘটনা । সোমবাৰে ৬ টি শিশুৱে এখন দলঙৰ তলত খেলি থকা অৱস্থাত সাবটি ল’বলগীয়া হয় কৰুণ মৃত্যুক । গোপালগঞ্জৰ এখন দলঙৰ তলত ওমলি থাকোতেই দলং খহি মৃত্যু হয় ছয়টি শিশুৰ ।

Featured