দিল্লীৰ ছাহিনবাগত পুনৰ গুলীচালনা

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অভিযুক্তক

নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ দিল্লীৰ ছাহিনবাগত পুনৰ গুলীচালনা। কপিল গুজ্জাৰ নামৰ এজন যুৱকৰ শূণ্যলৈ গুলীচালনা। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কপিল গুজ্জাৰ নামৰ যুৱকজনক। গুলীচালনাত কোনো লোক হতাহত হোৱা নাই। আনহাতে গ্ৰেপ্তাৰৰ সময়ত ভাৰতবৰ্ষ কেৱল হিন্দুৰহে বুলি মন্তব্য কৰে অভিযুক্ত কপিল গুজ্জাৰে।

ছাহিনবাগত গুলীচালনা
Comments (0)
Add Comment