দেৱেন্দ্ৰ ফাড়নাৱিছৰ পদত্যাগ

  • আস্থাভোটৰ পূৰ্বে মহাৰাষ্ট্ৰত পট পৰিৱৰ্তন
  • উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ পদত্যাগৰ পাচতেই পদত্যাগ মুখ্যমন্ত্ৰীৰ
  • শনিবাৰে মুখ্যমন্ত্ৰী ৰূপে শপত লোৱা দেৱেন্দ্ৰ ফাড়নাৱিছৰ পদত্যাগ
  • গঠন হ’ব লগা নতুন চৰকাৰলৈ শুভকামনা ফাড়নাৱিছৰ
Featured