নতুন দিল্লীত ছোনিয়া গান্ধীক সাক্ষাৎ শাৰদ পাৱাৰৰ

চৰকাৰ গঠনক লৈ হোৱা নাই কোনো ধৰণৰ চৰ্চাঃপাৱাৰ

নিউজ ডেস্ক ১৮ নৱেম্বৰঃ সোমবাৰে এন চি পিৰ প্ৰমুখ শাৰদ পাৱাৰে কংগ্ৰেছৰ সভানেত্ৰী ছোনিয়া গান্ধীক নতুন দিল্লীক সাক্ষাৎ কৰে। এই সাক্ষাৎৰ সময়ত পাৱাৰে ছোনিয়া গান্ধীৰ লগত মহাৰাষ্ট্ৰত চলি থকা শেহতীয়া ৰাজনৈতিক সংকটৰ কথা আলোচনা কৰে।

ছোনিয়াক সাক্ষাৎ পাৱাৰ

আলোচনাৰ শেষত শৰদ পাৱাৰে কয় যে আমি কাৰো লগত চৰকাৰ গঠনক লৈ কাৰো লগত আলোচনা কৰা নাই। চৰকাৰ গঠনৰ প্ৰক্ৰিয়াক আমি আমাৰ সহযোগী দলৰ লগত আলোচনা কৰিম। সকলোৰে লগত বিশ্বাসত ল’ব লাগিব। এই দৰে সাংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰে পাৱাৰে।

FeaturedMEETINGSARAD POWERSONIA GANDHI