নিৰ্ভয়া কাণ্ডঃ ফাঁচিৰ পুনৰ বিবেচনাৰ আবেদন নাকচ

নিয়মীয়া বাৰ্তা, ১৮ ডিচেম্বৰঃ ২০১২ৰ ১৬ ডিচেম্বৰত দেশ কঁপাই যোৱা জঘন্য নিৰ্ভয়া কাণ্ডৰ অভিযুক্ত অক্ষয় কুমাৰ সিঙৰ ফাঁচিৰ পুনৰ বিচাৰৰ আৱেদন কৰিছিল উচ্চতম ন্যায়ালয়ত। কিন্তু ন্যায়ালয়ে নাকচ কৰিলে পুনৰ বিবেচনাৰ আবেদন। ফলত ফাঁচিৰ পথ প্ৰায় প্ৰশস্ত হৈ পৰিছে অক্ষয় কুমাৰ সিঙৰ। ন্য়ায়াধীশ আৰ ভানুমতী, ন্যায়াধীশ অশোক ভূষণ আৰু ন্যায়াধীশ এ এছ বোপান্নাৰ বিচাৰপীঠত হৈছিল শুনানি।

পুনৰ বিবেচনাৰ আবেদন নাকচ
Comments (0)
Add Comment