নিৰ্ভয়া কাণ্ড উচ্চতম ন্যায়ালয়ত পুনৰ বিচাৰ আবেদন দাখিল

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ নিৰ্ভয়া কাণ্ডৰ দোষী তিহাৰত কাৰাবাস খাটি থকা অক্ষয় কুমাৰ সিঙে উচ্চতম ন্যায়ালয়ত পুনৰবিচাৰ আবেদন দাখিল কৰিছে। উল্লেখ্য যে ইয়াৰ আগতেও তিনিজন দোষীয়ে উচ্চতম ন্যায়ালয়ত পুনৰ বিচাৰ আবেদন দাখিল কৰিছিল যদিও ন্যায়ালয়ে উক্ত আবেদন খাৰিজ কৰে।

Comments (0)
Add Comment