পাৰমাণৱিক ক্ষমতা সমপন্ন পৃথিৱী-২ মিছাইলৰ সফল পৰীক্ষণ

নিয়মীয়া বাৰ্তাঃ ভাৰতে বুধবাৰে সফলভাৱে উড়িষ্যাৰ উপকূলত দুটা পৃথিৱী-২ পাৰমাণৱিক বেলিষ্টিক মিছাইলৰ সফল পৰীক্ষণ কৰে। সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে এই মিছাইল কেইটা নিৰ্মাণ কৰা হৈছে। ৩০০ কিঃমিঃ দূৰত্বৰে এই পৰীক্ষণ সামৰিক কাৰ্যসূচীৰে সমপন্ন কৰা হৈছে।
উল্লেখ্য যে এই মাহতে ভাৰতে ২০০০ কিঃমিঃ লক্ষ্য ক্ষেত্ৰত ভেদিব পৰা অগ্নি-২ বেলিষ্ট্ৰিক মিছাইলৰ সফল পৰীক্ষণ কৰিছিল।

indiaPRITHVI-2 MISSILESUCCESSFULLYTEST