পুনৰ পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন 

  • বুধবাৰে পুৱা জম্মু-কাশ্মীৰত পাকিস্তানৰ পুনৰ যুদ্ধবিৰতি উলংঘন
  • ৰাজৌৰী জিলাত পাক সেনাৰ ধাৰাসাৰ গুলীবৰ্ষণ
  • কেৰী গাঁৱত সংঘটিত এই গুলীবৰ্ষণৰ প্ৰত্যুত্তৰ দিয়ে ভাৰতীয় সেনাই
  • বৰ্তমানলৈকে কোনো লোক হতাহত হোৱাৰ খবৰ লাভ কৰা নাই 
Featuredindian armyJ & Kpak violates