বিজেপি-শিৱসেনাৰ গোপন বুজাবুজি!

মহাৰাষ্ট্ৰত শীঘ্ৰে গঠন হব চৰকাৰ

মুম্ৱাইঃ বহু জল্পনা-কল্পনাৰ অন্ত পেলাই মহাৰাষ্ট্ৰত চৰকাৰ গঠনৰ দিশে বিজেপি-শিৱসেনা! এক বিশেষ সূত্ৰৰ মতে দুই দলৰ শীৰ্ষ নেতা বৈঠকত বাবে সাজু আৰু দেওবাৰে মুম্ৱাইত দুই দলৰ শীৰ্ষনেতাই এখন বৈঠকত মিলিত হ’ৱ। এই বৈঠকত চৰকাৰ গঠনৰ সিদ্ধান্ত লোৱা হ’ব বুলি জানিব পৰা গৈছে। শেষত দুই এদিনতে স্পষ্ট হৈ পৰিব সমগ্ৰ ৰাজনৈতিক সমীকৰণ।মহাৰাষ্ট্ৰত কেবিনেট মন্ত্ৰী হিচাপে ১২ৰপৰা ১৪জন মন্ত্ৰীয়ে শপত লব। দেৱেন্দ্ৰ ফাড়ানবিছ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনাই অধিক প্ৰকট হৈ উঠিছে।

মহাৰাষ্টত কাৰ চৰকাৰ!