ভাৰতৰ বিৰুদ্ধে কাশ্মীৰীক প্ৰশিক্ষণ দিছিল পাকে

মুছাৰফৰ ব্য়ক্তব্য়ক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ইছলামাবাদঃ পাকিস্তানৰ প্ৰাক্তন সামৰিক শাসক তথা ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফে শেহতীয়াকৈ মন্তব্য কৰে যে ভাৰতীয় সেনাৰ বিৰুদ্ধে কাশ্মীৰত যুদ্ধ কৰিবলৈ কাশ্মীৰীসকলত প্ৰশিক্ষণ দিয়া হৈছিল ভাৰতীয় সেনাৰ বিৰুদ্ধে যুদ্ধ কৰা কাশ্মীৰীসকলক পাকিস্তানত বীৰৰ মৰ্যাদা দিয়া হৈছিল বুলি মন্তব্য কৰে মুছাৰফে। উল্লেখ্য যে মুছাৰফৰ সয়মতে লস্কৰ ই তৈবাৰ উত্থান ঘটিছিল বুলিও তেখেতে স্ৱীকাৰ কৰে। এক সাক্ষাত্কাৰত ওচামা বিন লাডেন আৰু জালালুদ্দিন হাক্কানিৰ দৰে নেতাক বীৰ হিচাপে চিহ্নিত কৰা হৈছিল বুলিও মন্তব্য কৰে।

মুছাৰফৰ বিতৰ্কিত মন্তব্য