বাজেটত ৰেলৱেৰ বাবে কি কি নতুন আঁচনি

নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰীঃ নিৰ্মলা সীতাৰমণে বিত্তীয় বৰ্ষ ২০২০-২১ৰ সাধৰণ বাজেট সদন দাখিল কৰিছে। এই বাজেটত ৰেলৱেৰ বাবে কেইবাখনো অভিলাসী আচঁনি ঘোষণা কৰিছে। বিত্ত মন্ত্ৰীয়ে কয় যে ৰেলৱেৰ উপাৰ্জন বহুত কম। যাৰ বাবে সৌৰ শক্তি উতপাদন কৰিবলৈ ৰেলৱে খালী ভূমি সমূহ গ্ৰহণ কৰা হ’ব।

দেশত টেজছ ৰ দৰে দ্ৰুত বেগী কেইবাখনো নতুন ৰেল। টেজছ ৰেলে দেশৰ পৰ্যটন স্থলীৰ লগত সংযোগ কৰাব। ৫৫০ টা ৰেলৱে ষ্টেচনত ৱাই-ফাইৰ সুবিধাৰে সংযুক্ত কৰা হ’ব। সমগ্ৰ দেশত মানৱ চালিত ৰেলৱে ক্ৰিচং বন্ধ কৰা হ’ব।

২৭ হাজাৰ ৰেলৱে ট্ৰেক বিদ্যুতেৰে সংযোগ কৰা হ’ব।  সৌৰ শক্তিৰ পেনেল ৰেলৱে লাইনত নিৰ্মাণ কৰাৰ পৰিকল্পনা।

Featured
Comments (0)
Add Comment