হায়দৰাবাদ ধৰ্ষণকাণ্ডৰ ৪ অভিযুক্তক এনকাউণ্টাৰ

শুকুৰবাৰে পুৱাৰ ভাগতে তদন্তৰ বাবে হত্যাকাণ্ডস্থলীলৈ লৈ যোৱা হৈছিল অভিযুক্তকেইজনক
  • হায়দৰাবাদ ধৰ্ষণকাণ্ডৰ ৪ অভিযুক্তৰ মৃত্যু
  • আৰক্ষীৰ গুলীত নিহত হয় ধৰ্ষণকাণ্ডৰ ৪ অভিযুক্ত
  • শুকুৰবাৰে পুৱাৰ ভাগতে তদন্তৰ বাবে হত্যাকাণ্ডস্থলীলৈ লৈ যোৱা হৈছিল অভিযুক্তকেইজনক
  • কিন্তু তদন্তৰ মাজতে ঘটনাস্থলীৰ পৰা পলাবলৈ চেষ্টা কৰোতে গুলীবৰ্ষণ কৰে আৰক্ষীয়ে
  • এই সমগ্ৰ ঘটনা সংঘটিত হৈছে হায়দৰাবাদৰ ৪৪ নং ৰাষ্ট্ৰীয় ঘাইপথত
  • উল্লেখ্য যে ২৬ বছৰীয়া এগৰাকী পশু চিকিৎসকক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰিছিল এই ৪ অভিযুক্তই
  • ইপিনে ধৰ্ষণকাৰীকেইজনৰ উচিত শাস্তিৰ পাছত উৎফুল্লিত হৈ পৰিছে চিকিৎসকগৰাকীৰ পৰিয়ালৰ লগতে তেলেংগানাৰ জনতা
Featured
Comments (0)
Add Comment