ৰাম মন্দিৰৰ ভূমি পূজনৰ ঐতিহাসিক মুহূৰ্তৰ কেইখনমান চিত্ৰ

অযোধ্যাত ভূমি পূজনৰ বাবে উপস্থিত প্ৰধান মন্ত্ৰীৰ কনভয়
ভূমি পূজনৰ পূৰ্বে প্ৰধান মন্ত্ৰীয়ে হনুমানগড়ত পূজা আগবঢ়ায়
ভূমি পূজনৰ পূৰ্বে অযোধ্যাত উখল মাখল পৰিৱেশ
মন্দিৰত উপস্থিত হৈ সেৱা কৰা মুৰ্হুৰ্তত প্ৰধান মন্ত্ৰী
ভূমি পূজনত উপস্থিত ৰাম মন্দিৰ আন্দোলনৰ তথা বিজেপি নেত্ৰী উমা ভাৰতীক অভিনন্দন জন উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথে
ভূমি পূজনত উপস্থিত আৰ এচ এচ ৰ সচিব মোহন ভাগৱত
ভূমি পূজন কৰি থকা অৱস্থাত প্ৰধান মন্ত্ৰী
প্ৰধানমন্ত্ৰী আৰু উত্তৰ প্ৰদেশৰ মুখ্য মন্ত্ৰী যোগী আদিত্য নাথ
প্ৰধান মন্ত্ৰী

 

Featured