ডিব্ৰুগড় বিশ্ববিদ্যালয়ত প্ৰজেক্ট এছিছেণ্টৰ পদ খালী

অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্রত অন্যতম অগ্রণী শিক্ষানুষ্ঠান ডিব্রুগড় বিশ্ববিদ্যালয়ত আৱশ্যক হৈছে প্রজেক্ট এছিছটেণ্টৰ৷ পদটোTEUIP-III প্রজেক্টৰ অধীনত ইনষ্টিটিউট অৱ ইঞ্জিনীয়াৰিং এণ্ড টেকন’লজী বিভাগৰ৷ পঞ্জীয়কে প্রকাশ কৰা বিজ্ঞাপনৰ তথ্য অনুসৰি প্রার্থী বাণিজ্যৰ পোষ্ট গ্রেজুৱেট ডিগ্রীধাৰী হোৱাৰ উপৰি ফাইনেন্স এণ্ড একাউণ্টিং বিষয়ত দক্ষতা থকা হ’ব লাগিব৷ ইয়াৰ উপৰি প্রার্থী টেলী, পিএফএমএছ আৰু এমআইএছ পৰিচালনাত দক্ষ হোৱাটো বাঞ্ছনীয়৷ নিযুক্তিপ্রাপ্তই মাহে ২০,০০০ টকা লাভ কৰিব৷ প্রার্থী বাছনি সাক্ষাৎকাৰৰ মাধ্যমেৰে কৰা হ’ব৷ সাক্ষাৎকাৰলৈ আহোঁতে যাৱতীয় নথি–পত্রৰ মূল আৰু প্রত্যায়িত প্রতিলিপিৰ লগতে শেহতীয়া বায়োডাটা আনিব লাগিব৷ সাক্ষাৎকাৰৰ পূর্বে ১০০ টকা পৰিশোধ কৰি নিজৰ নাম পঞ্জীয়নভুক্ত কৰাটো বাধ্যতামূলক৷ সাক্ষাৎকাৰ ১০ জানুৱাৰী ২০২০ তাৰিখে দিনৰ ১০.০০ বজাৰ পৰা অনুষ্ঠিত হ’ব৷ সাক্ষাৎকাৰৰ স্থান–Office of The Registrar, ৷ বিজ্ঞাপন সম্পর্কীয় বিশদ বিৱৰণৰ বাবে ৱেবছাইটwww.dibru.ac.in লগ–ইন কৰিব পাৰে

Comments (0)
Add Comment