হস্ততাঁত উন্নয়ন আয়ুক্তৰ কার্যালয়ত ২৯ পদ

ভাৰত চৰকাৰৰ বস্ত্র মন্ত্রালয়ৰ অধীনত পৰিচালিত হস্ততাঁত উন্নয়ন আয়ুক্তৰ কার্যালয় (Office of the Development Commissioner for Handlooms)ত খালী হৈছে ২৯ পদ৷ যোগ্য প্রার্থীৰ পৰা আবেদন আহ্বান কৰি বিভাগীয় সঞ্চালকে এক নিয়োগ বিজ্ঞাপন সংবাদ–পত্রত প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে Junior Weaver (7), Senior Printer (2), Jr. Assistant-Weaving (2), Jr. Assistant-Processing (2), Attendant-Weaving (13), Attendant-Processing (3)৷Junior Weaver পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱাৰ লগতে আগশাৰীৰ বস্ত্র উদ্যোগতFabric আৰুDesignতLoom Setting আৰুWeavingৰ ৮ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ২৯,২০০–৯২,৩০০ টকা লাভ কৰিব৷Senior Printer পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা নাইবাITIৰ পৰাTextile Printing/Screen Printing/Fabric Printing/Block Printing Tradeত Diploma থকাৰ লগতে আগশাৰীৰ বস্ত্র উদ্যোগৰ Block/Screen Printing/Dyeing/Processing House/Printing Unitত ৮ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ২৯,২০০–৯২,৩০০ টকা লাভ কৰিব৷Jr. Assistant-Weaving পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা নাইবাITIৰ পৰাTextile Weaving Tradeত Diploma থকাৰ লগতে আগশাৰীৰ বস্ত্র উদ্যোগৰSilk/Cotton/WoollenতWinding/Warping/Sizing কৰাৰ ৩ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ১৯,৯০০–৬৩,২০০ টকা লাভ কৰিব৷Jr. Assistant-Processing পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা নাইবাITIৰ পৰাTextile Dyeing/Printing Tradeত Diploma থকাৰ লগতে আগশাৰীৰ বস্ত্র উদ্যোগৰDyeing/Processing House/Unitত ৩ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ১৯,৯০০–৬৩,২০০ টকা লাভ কৰিব৷Attendant-Weaving পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা নাইবাITIৰ পৰাTextile Weaving/Winding/Warping Tradeত Diploma থকাৰ লগতে আগশাৰীৰ বস্ত্র উদ্যোগৰHandloom/Textile Weaving Unitত ২ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ১৮,০০০–৫৬,৯০০ টকা লাভ কৰিব৷Attendant-Processing পদৰ প্রার্থী দশম শ্রেণী উত্তীর্ণ হোৱা নাইবাITIৰ পৰাTextile Dyeing/Printing/Fabric Printing/Screen Printing Tradeত Diploma থকাৰ লগতে আগশাৰীৰ বস্ত্র উদ্যোগৰDyeing/Processing House/Unitত ২ বছৰীয়া কর্ম অভিজ্ঞতা থকা হ’ব লাগিব৷ মাহে ১৮,০০০–৫৬,৯০০ টকা লাভ কৰিব৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক বিশদ বিৱৰণৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি আবেদন দাখিল প্রক্রিয়াৰ বিষয়ে অধিক জানিবলৈ বস্ত্র মন্ত্রালয়ৰ ৱেবছাইট http://handlooms.nic.in & http://handlooms.nic.in/assets/img/advertisement/Advertisment%20for%20Direct%20 Recurtment. pdf লগ–ইন কৰিব পাৰে৷ আবেদন দাখিলৰ অন্তিম তাৰিখ ৩০ আগষ্ট, ২০২২৷