মণিপুৰত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উন্নয়নমূলক প্রকল্প উদ্বোধন

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২২টা উন্নয়নমূলক প্রকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিছে মণিপুৰত। মঙলবাৰে মণিপুৰৰ ৰাজধানী ইম্ফলত ৪৮০০ কোটি টকা ব্যয়ৰ এই আধাৰশিলা স্থাপন কৰাৰ পাছত এখন জনসভাত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে কয় যে মণিপুৰৰ জনগণই বিজেপিক ভোট দিহে মণিপুৰৰ উন্নয়ন সম্ভৱ কৰিছে।

Featured