খানাপাৰাত দাওদাওকৈ জ্বলিল নৈশ বাছ

  • বৃহস্পতিবাৰে নিশা খানাপাৰাৰ ৰাষ্ট্ৰীয় ঘাইপথত দাওদাওকৈ জলিল এখন নৈশবাছ
  • গুৱাহাটীৰ পৰা তিনিচুকীয়া অভিমুখী আছিল নৈশ বাছখন
  • যান্ত্ৰিক বিজুতিৰ ফলতে অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ কথা উল্লেখ কৰে বাছ চালকে
  • প্ৰায় ৫০ গৰাকী যাত্ৰী আছিল বাছখনত
  • অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বাছখনৰ নম্বৰ হৈছে AS-06BC-3477
  • ইপিনে বাছখনত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত যাত্ৰীসকলৰ মাজত হুৱা-দুৱা লাগে
  • অৱশ্যে বাছখনৰ চালক আৰু কৰ্মচাৰীৰ তৎপৰতাত যাত্ৰীসকল বাছখনৰ পৰা সুৰক্ষিতভাৱে বাহিৰলৈ ওলাই আহিবলৈ সক্ষম হয়
bus fireFeatured