গোসাঁইগাঁৱত ভয়ংকৰ দুৰ্ঘটনা, নিহত মহিলাসহ এজন

বাইকৰ খুন্দাত নিহত দুজন

নিয়মীয়া বাৰ্তা, ২ জানুৱাৰীঃ   গোসাঁইগাঁৱত পুৱাই ভয়ংকৰ দুৰ্ঘটনা। দ্ৰুতবেগী বাইকৰ খুন্দাত থিতাতে নিহত এগৰাকী মহিলা। নিহত মহিলাগৰাকীৰ নাম সৰস্বতী সাহা। আনহাতে দুৰ্ঘটনাত বাইক আৰোহীজনো মৃত্যু হয়। নিহত লোকজন বাবুল ৰায় বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনাগ্ৰস্ত বাইকখন। আৰক্ষী উপস্থিত হৈ দুয়োৰে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে।

বাইকৰ খুন্দাত নিহত দুজন
Comments (0)
Add Comment