ডাম্পাৰ চালকৰ দৌৰাত্ম্য

ডাম্পাৰৰ খুন্দাত নিহত দুজন লোক

নিয়মীয়া বাৰ্তা ৬ ডিচেম্বৰঃ ৰাজ্যত অব্যাহত আছে ডাম্পাৰ চালকৰ দৌৰাত্ম্য। নলবাৰীৰ গণেশমন্দিৰত দ্ৰুতবেগী ডাম্পাৰে প্ৰাণ ল’লে দুজনলোকৰ। নিহত লোকদুজন মিণ্টু কলিতা আৰু জোন আলী বুলি জানিব পৰা গৈছে। আনহাতে সংকটজনক অৱস্থাত এজনক ভৰ্তি কৰোৱা হৈছে হাস্পতালত। নলবাৰী আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰিছে দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখন।

ডাম্পাৰৰ খুন্দাত নিহত দুজন লোক
Comments (0)
Add Comment