শিৱসাগৰত জঘন্য ঘটনা

কন্যাক দিখৌত দলিয়ালে মাতৃয়ে

আঞ্চলিকঃ শিৱসাগৰৰ নামদাঙত জঘন্য ঘটনা। ৭ বছৰীয়া কন্য়াক দিখৌত দলিয়ালে স্ৱয়ং মাতৃয়ে। কন্যাক দিখৌত দলিয়াই মাতৃগৃহত উপস্থিত হ’লগৈ অনুপমা দাস নামৰ মহিলাগৰাকী। কন্য়া শিশুটিৰ সন্ধানত SDRF বাহিনীয়ে অব্যাহত ৰাখিছে অভিযান। কিন্তু কিয় মাতৃগৰাকীয়ে এনে সিদ্ধান্ত ল’লে এই কথা এতিয়াও জানিব পৰা নাই। ইতিমধ্যে আৰক্ষীয়ে মহিলাগৰাকীক আটক কৰি সোধাপোছা অব্যাহত ৰাখিছে।

পাষাণ মাতৃ