শুক্ৰচাৰ্য ৰাভাৰ ‘বাদুংদুপ্পা’ কলাকেন্দ্ৰত মুখ্যমন্ত্ৰী সোণোৱাল

নিয়মীয়া বাৰ্তা, ২১ নৱেম্বৰঃ বুধবাৰে প্ৰয়াত শিল্পী শুক্ৰাচাৰ্য ৰাভাই প্ৰতিষ্ঠা কৰা বাদুংদুপ্পা কলাকেন্দ্ৰ পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। গোৱালপাৰাৰ ৰামপুৰত অৱস্থিত কলাকেন্দ্ৰটোত উপস্থিত হৈ মুখ্য়মন্ত্ৰীগৰাকীয়ে শিল্পীসকলৰ সৈতে মতবিনিময় কৰাৰ লগতে ৰাভাসকলৰ এক থলুৱা বাদ্যযন্ত্ৰত হাত ফুৰায় ।

বাদুংদুপ্পা কলা কেন্দ্ৰত মত বিনিময়ৰ সময়ত মুখ্যমন্ত্ৰী সোণোৱাল

উল্লেখ্য যে মুখ্যমন্ত্ৰী সোণোৱালক প্ৰয়াত শুক্ৰাচাৰ্য ৰাভাৰ পত্নীয়ে এখন পৰম্পৰাগত ৰাভা বস্ত্ৰৰে সম্ভাষণ জনায় ।

Featured