ৰাজ্য চৰকাৰে দিব্যাংগসকলৰ বাবে ঘোষণা কৰিলে বিশেষ আঁচনি…

নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ ৰাজ্যৰ দিব্যাংগসকলৰ বাবে নৱবর্ষৰ প্রাক্ক্ষণতে ৰাজ্য চৰকাৰে গ্রহণ কৰিছে এক বিশেষ আঁচনি৷

এই আঁচনিৰ কথা ঘোষণা কৰি মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই জানিবলৈ দিয়া মতে, যদি কোনো দিব্যাংগ কর্মচাৰীয়ে ঋণ লৈ যান–বাহন ক্রয় কৰে, তেওঁলোকৰ সুদৰ ৪ শতাংশ ধন ৰাজ্য চৰকাৰে ৰাজসাহায্য হিচাপে প্রদান কৰিব৷

DR. HIMANTA BISWA SARMAFeatured
Comments (0)
Add Comment