ধুবুৰীত বানপীড়িতৰ মাজত ভাৰতীয় জনতা যুৱ মৰ্চাৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

নিয়মীয়া বাৰ্তা, ১৫ জুলাইঃ আজি ভাৰতীয় জনতা যুৱ মৰ্চা, ধুবুৰী জিলাৰ উদ্যোগত ধুবুৰী চহৰৰ বিভিন্ন বানপীড়িত অঞ্চলত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। যুৱ মৰ্চাৰ ধুবুৰী জিলাৰ সভাপতি বিশ্বজিৎ দাসে সদৰি কৰা অনুসৰি ধুবুৰী চহৰৰ ১১ আৰু ১৬নং ৱাৰ্ডত আয়োজিত সেই স্বাস্থ্য শিবিৰত ৰোগীক চিকিৎসকে বিনামূলীয়াকৈ চিকিৎসা লোৱা প্ৰদান কৰে আৰু লগতে বিনামূলীয়াকৈ ঔষধো দিয়া হয়।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

Featured