IFFIত শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব বিজু ফুকনক

প্ৰদৰ্শিত হ'ব অসমীয়া ছবি 'অপৰূপা'

গোৱাত ২০ নবেম্ৱৰৰ পৰা ২৮ নবেম্ৱৰলৈ অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেল অব ইণ্ডিয়া I উক্ত অনুষ্ঠানতেই শ্ৰদ্ধাঞ্জলি জনোৱা হ’ৱ অসমীয়া চলচিত্ৰ জগতৰ চিৰসেউজ অভিনেতা বিজু ফুকনক। ২১ নবেম্বৰত  অসমীয়া ছবি অপৰূপা প্ৰদৰ্শিত কৰা কৰাৰ প্ৰাকমুহূৰ্তত শ্ৰদ্ধা জনোৱা হ’ৱ প্ৰয়াত অভিনেতাগৰাকীক।

বিজু ফুকনলৈ শ্ৰদ্ধাঞ্জলি