ভাত খাই উঠি যি খায় তিনি শিলিখা তাৰ মানত ৰোগ টিলিকা

উপৰিউক্ত ডাকৰ চনফাঁকিৰ অর্থ হ’ল– ভাত খাই উঠি তিনিটাকৈ শিলিখা খালে ৰোগ টিলিকা লাগি থাকে৷ অর্থাৎ শিলিখাই কোষ্ঠ শুদ্ধি কৰা ােব ৰোগ দূৰত থাকে৷ চিকিৎসা শাস্ত্র মতে কোষ্ঠ্বদ্ধতা দেহৰ প্রায় সমুদায় ৰোগৰ উৎপত্তিৰ কাৰণ৷ কোষ্ঠ্বদ্ধতাৰ কাৰণে আমাৰ অন্ত্রত মল পচি বিষাক্ত হৈ উঠে আৰু এই বিষেই তেজৰ লগত মিহলি হৈ তেজ দূষিত কৰে, ফলত আমাৰ শৰীৰৰ আভ্যন্তৰীণ অংগসমূহ দুবল হৈ পৰে৷ তেতিয়া অপৰিষৃকত মল্বদ্ধ অন্ত্র বিভিন্ন ৰোগৰ প্রধান কাৰখানা হৈ পৰে, অন্ত্রৰ মলেবগ Motility) ৰুদ্ধ হয়, যকৃত দুবল হৈ পৰে, পেটত ায়ু জমা হয়, শৌচ কঠিন হয়, অৰুচিৰ ভাব হয়, কুৰ বিষ হয়, টোপনিত াঘাত জন্মে, তলপেটৰ স্নায়ুসমূহ দুবল হৈ পৰে আৰু শেষত অর্শৰোগে piles) আক্রমণ কৰে৷ তদুপৰি কোষ্ঠ্বদ্ধতাই হুসময়ত মূত্রধাৰণৰ অপাৰগতা incontinence)ও দ্ধি কৰে৷ আর্য়ুেবদ চিকিৎসা শাস্ত্রমতে কোষ্ঠ্বদ্ধ ৰোগত ভোগা ৰোগীৰ ােব শিলিখা অমৃততুল্য পথ্য৷
শিলিখাৰ ইংৰাজী নাম চ্বুেলিক মাইৰোবালান Chebulic Myrobalan)৷ ইয়াৰ ৈবজ্ঞানিক নাম টাৰমিনেলিয়া চ্বুেলা Terminalia Chebula)৷ সংস্কৃত আৰু ঙালীত ইয়াক হৰিতকী নামেৰে জনা যায়৷ অসাধাৰণ ৰোগ নিৰাময় ক্ষমতাসম্পন্ন হোৱা ােব শিলিখাক ‘বনৌষধিৰ মাতৃ’ লি কোৱা হয়৷ আয়ুর্েবদ শাস্ত্রত উল্লেখ আছে– ‘হৰিতকী মনুষ্যানাং মাত্বে হিতকাৰিণী৷ কদাচিৎ কুপ্যতে মাতা নোদৰস্থা হৰিতকী’৷ অর্থাৎ হৰিতকী মানুহৰ ােব মাতৃৰ দৰে হিতকাৰিণী, কেতিয়াবা কদাচিৎ মাতৃ কুপিত হ’লেও কিন্তু হৰিতকী কুপিত নহয়৷ বিভিন্ন ঔষধি গুণেৰে গুণান্বিত শিলিখাক ‘আয়ুর্েবদিক মেটেৰিয়া মেডিকাৰ’ তালিকাত স্বপ্রথম নৌষধিৰূপে তালিকাভুক্ত কৰা হৈছে৷ চৰক সংহিতা, সুশ্রুত সংহিতা, ভেলা সংহিতা, অষ্টাং হূদয়ম, অষ্টাংগ সমগ্র, নিঘণ্টু আৰু পৌৰাণিক গ্রন্থসমূহত শিলিখাৰ ঔষধি গুণ সম্বন্ধে বিস্তৃত বিৱৰণ দিয়া আছে৷ আচার্য াগভট্টে তেওঁৰ ‘অষ্টাংগহূদয়ত’ শিলিখাক ‘প্রাণদা’ অর্থাৎ জীৱনদায়িনী ফল লি অভিহিত কৰিছে৷ আচার্য সুশ্রুতে শিলিখাৰ ৰোগ নিৰাময় গুণৰ ওপৰত ভিত্তি কৰি বিভিন্ন নামেৰে নামকৰণ কৰিছে, যেনে– (১) পথ্য– কাৰণ ই শৰীৰৰ ৰস্বাহক নলীেবাৰৰ াধাগ্রস্ততা দূৰ কৰে, (২) অভয়া– কাৰণ ই ৰোগৰ ভয় দূৰ কৰি নির্ভয় প্রদান কৰে, (৩) দ্ব্যিা– যিহেতু ই এক ঐশ্বৰিক ফল, (৪) অমৃতা– কাৰণ ই অমৃততুল্য (৫) মেধ্যা– অর্থাৎ ই স্নায়ুৰ তেজ্বর্ধক আৰু স্মৃত্বির্ধক (৬) প্রাণদা– যিহেতু ই জীৱনদায়িনী (৭) জীৱনীয়া– অর্থাৎ শক্ত্বির্ধক (৮) য়স্থা– অর্থাৎ দীর্ঘায়ু কৰে (৯) ৰসায়ন ফল– অর্থাৎ প্রাণৱন্ত ফল৷ শিলিখাৰ ৰোগ নিৰাময় গুণ সম্বন্ধে চৰক সংহিতাৰ বিশেষ নিৰাময় খণ্ডৰ ‘চিকিৎসা স্থানত’ উল্লেখ আছে৷
হিন্দু আখ্যানমতে শিলিখাৰ জন্ম ইন্দ্রদেৱতাই পান কৰা অমৃতৰ পিয়লাৰ পৰা সৰি পৰা এটোপাল অমৃতৰ পৰা হৈছে৷ সেইকাৰেণ ইয়াৰ আন এক নাম অমৃতা৷ মৎস্য পুৰাণত শিলিখা বিভিন্ন দৰবৰ এক মুখ্য উপাদান লি কোৱা হৈছে৷ গৰুড পুৰাণত শিলিখাক অমৃতৰ লগত তুলনা কৰা হৈছে৷ শিলিখাই াত, পিত্ত আৰু কফ্ সন্তুলিত কৰি ৰাখ্বি পৰাৰ ক্ষমতা আছে লি গৰুড পুৰাণত উল্লেখ আছে৷ হ্মৈবৱর্ত পুৰাণত পকা আৰু শুকান শিলিখা কফ্ দূৰ কৰাৰ ােব মহৌষধ লি উল্লেখ আছে৷ শুকান শিলিখাৰ গুণ কেঁচা শিলিখাতকৈ হুগুণে েবছি৷ আয়ুর্েবদ শাস্ত্রকাৰ ভৱপ্রসাদ মিশ্রই শুকান ফলৰ ওপৰত গুৰুত্ব আৰোপ কৰি কৈছে– ‘দ্রাক্ষা বিল্ব, শিৱাদিনম ফলম শুষ্কম গুণাধিকম’৷ অর্থাৎ আংগুৰ েবল আৰু শিলিখাৰ ক্ষেত্রত শুকান হ’লে তাৰ গুণ হুগুণে দ্ধি পায়৷ অগ্ণিপুৰাণত উল্লেখ আছে যে শিলিখা, ঘিউ, মৌ আৰু গুৰৰ সৈতে খালে চুলিৰ ৰং ক’লা হয় আৰু মানুহ দীর্ঘজীৱী হয়৷ গৰুড পুৰাণত উল্লেখ আছে যে পাঁচটা শিলিখা গুডৰ সৈতে খালে াত, কুষ্ঠ আৰু অর্শৰোগ নাশ হয়৷ আচার্য ভৱপ্রকাশে শিলিখাক ঋতু হৰিতকী লি অভিহিত কৰিছে৷ কাৰণ ঋতু অনুসৰি বিভিন্ন দ্র্ব্যৰ লগত শিলিখা সেৱন কৰিলে স্বৰোগ নাশ হয় আৰু মানুহ দীর্ঘায়ু হয়৷ াৰিষা কালত সৈন্ধৱ লৱণৰ লগত, শৰৎকালত চেনিৰ লগত, সন্ত কালত মৌৰ লগত, হেমন্ত কালত শুকান আদাৰ লগত, শীতকালত পিপলীৰ লগত আৰু গ্রীষ্ম কালত গুৰৰ লগত শিলিখা খালে মানুহে াধিমুক্ত জীৱন যাপন কৰ্বি পাৰে৷ শিলিখাত ৫ বিধ সোৱাদৰ সমাহাৰ হৈছে, যেনে– টেঙা, মিঠা, তিতা, েবজেবজীয়া আৰু কেহা৷ চিকিৎসা গৱেষণাত পোৱা গৈছে যে শিলিখাত ভিটামিন–চি, পটাছিয়াম, কেলচিয়াম, জিংক, আয়ৰন, ক’পাৰ, ছেলেনিয়াম, ছডিয়াম, ফছফৰাছ আৰু মেংগানিজ থাকে আৰু ৩০–৪০ ভাগTannin থাকে৷ ইয়াৰ উপৰি শিলিখাত ফ্লেভনয়ডৰ লগতে এমিন’এচিড থাকে৷ এমিন’এচিডসমূহ হ’ল– লোচিন, ভেলিন, গ্লোটামিন, হিষ্টিডিন, গ্লাইচিন, আইছলোচিন, আৰজিনিম, লাইচিন ইত্যাদি৷ তদুপৰি শিলিখাত বিভিন্ন ফেটি এচিড আৰু ফেনলিক এচিড আৰু এণ্টি অক্সিডেণ্ট থাকে৷ আমাৰ শৰীৰৰ ােব প্রয়োজনীয় ইমানেবাৰ উপাদান এটা ফলত উপলব্ধ হোৱা হেতুকে আয়ুর্েবদ শাস্ত্রকাৰসকলে শিলিখাক ‘মহৌষধি ফল’ হিচাপে অভিহিত কৰিছে৷ শিলিখাত থকা ভিটামিন–চি, ছেলেনিয়াম, আয়ৰন, ক’পাৰ আৰু মেংগানিজে চুলি ক’লা কৰে, চুলিৰ গুৰি মজ্বুট কৰে আৰু চুলি সৰা ন্ধ কৰে৷ তদুপৰি ভিটামিন–‘চি’য়ে এণ্টি অক্সিডেণ্ট হিচাপে শৰীৰৰ ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী কৰে৷ শিলিখাত থকা জিংকে ঘা শুকুৱাত সহায় কৰে, চকুৰ অক্ষিপট Retina) আৰু মেকুলা Macula) সুস্থ ৰখাৰ উপৰি আমাৰ ঘ্রাণেন্দ্রিয় আৰু ৰসনেন্দ্রিয় সুস্থ ৰাখে৷ শিলিখাত থকা ক’পাৰে য়স সম্পর্কিত দৃষ্টিশক্তিৰ অৱক্ষয় Age related Macular degenration) ৰোগৰ অগ্রগতিত াধা প্রদান কৰে৷ শিলিখাত থকা আয়ৰনে চকুৰ কর্নিয়াৰ ভিতৰত বিভিন্ন কার্য সম্পাদন কৰি আমাৰ দৃষ্টিশক্তি অটুট ৰখাত সহায় কৰে৷ শিলিখাত উপলব্ধ চ্বুেলিনিক এচিড, এলাজিক এচিড আৰু টেনিক এচিডে কেঞ্চাৰ সৃষ্টিকাৰী কোষেবাৰৰ দ্ধিত াধা দিয়ে৷ েবইজিঙৰ Peking Union Medical College Hospital’ৰ চিকিৎসা বিজ্ঞানীDr. Ming Wang, MD য়ে তেওঁৰ এক গৱেষণা–পত্রত উল্লেখ কৰিছে যে শিলিখা আৰু ত্রিফলাত থকা চ্বুেলিনিক এচিডে অন্ত্র আৰু মলাশয়ৰ কেঞ্চাৰ Colorectal Carcinoma) ৰ দ্ধিত াধা দ্বি পাৰে৷ শিলিখাত থকা গেলিক এচিডে আমাৰ পাকস্থলীত াহ লোৱাe.Coli আৰুH. Pylori নামৰ অনিষ্টকাৰী াক্টেৰিয়া ধবংস কৰ্বি পাৰে৷ শিলিখাত থকা অলিক এচিডে Olic Acid) শৰীৰৰ প্রদাহ দূৰ কৰে৷ তদুপৰি শিলিখাত থকা চ্বুেলিক এচিডে আধুনিক দৰব সেৱনৰ ফলত উৎপন্ন হোৱা বিষাক্ত Toxins) দ্র্ব্যসমূহ শৰীৰৰ পৰা াহিৰ উলিয়াই দি যকৃত সুস্থ ৰাখে৷ চ্বুেলিক এচিডেPancreasৰ পৰা ইনছুলিন উৎপাদন ক্ষমতা দ্ধি কৰি তেজত শর্কৰাৰ মাত্রা নিয়ন্ত্রণত ৰাখে৷ (আগলৈ)