পিংক টেষ্টত প্ৰথম বেটিং বাংলাদেশৰ

আজিৰে পৰা আৰম্ভ দিবা-নৈশ টেষ্ট ক্ৰিকেট
  • আজিৰ পৰা আৰম্ভ হ’ব ঐতিহাসিক দিবা-নৈশ টেষ্ট ক্ৰিকেট
  • কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব এই টেষ্ট
  • ইতিমধ্যেই ইডেনত উপস্থিত দুয়োটা দল
  • বাংলাদেশে টছত জয়ী হয় বেটিঙৰ সিদ্ধান্ত
  • এই ঐতিহাসিক টেষ্ট মেচত দৰ্শক হিচাপে উপস্থিত আছে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা
day night testeden gardenFeaturedpink ball test