কা বিষয়ে নাজানো গতিকে একো মন্তব্য নকৰোঃকোহলি

নিয়মীয়া বাৰ্তা ৪ জানুৱাৰীঃ অহা ৫ জানুৱাৰীত গুৱাহাটীৰ বৰ্ষাপাৰাত শ্ৰীলংকা আৰু ভাৰতৰ মাজত অনুষ্ঠিত হব টি-২০ মেচ। এই উপলক্ষে ভাৰতৰ ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীয় সংবাদ মেলত ৰাজ্যত নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত কয় যে নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে তেওঁ যিহেতু নাজানে, সেয়ে মই সমৰ্থন অথবা বিৰোধ কৰি কোনো ধৰণৰ মন্তব্য নকৰো। আনহাতে কোহলীয়ে গুৱাহাটীক সুৰক্ষিত স্থান বুলিও অভিহিত কৰে।

Comments (0)
Add Comment