ৰাষ্ট্ৰীয় স্কুল গেমছলৈ গোলাঘাটৰ সাত সন্তৰণবিদ

নিয়মীয়া বাৰ্তা, ১৩ নৱেম্বৰঃ নতুন দিল্লীত ১৭-২২ নৱেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া ৬৫ সংখ্যক ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত অংশ ল’বলগীয়া অসম দলটোত গোলাঘাটৰ সাতগৰাকী সন্তৰণবিদে স্থান লাভ কৰিবলৈ সক্ষম হৈছে । সন্তৰণবিদকেইগৰাকী হ’ল – মৃগাংক গগৈ,বৰ্ণিল চৌধুৰী , মৃগাক্ষী শৰ্মা, প্ৰেৰণা বড়ো, জনঞ্জয়জ্যোতি হাজৰিকা, মিৰাণ্ডা কাকতি আৰু ভাৱনা গগৈ

GOLAGHATNIYAMIA BARTAগোলাঘাটসন্তৰণবিদ