কৈঠালকুছিত আমন্ত্রণমূলক ফুটবল প্রতিযোগিতাঃ ফাইনেলত হাৰিভাঙ্গা কামাখ্যা একাদশ

নিয়মীয়া বাৰ্তা, ২ ছেপ্টেম্বৰঃ উত্তৰ ধৰ্মপুৰ ক্ৰীড়া সন্থাৰ উদ্যোগত কৈঠালকুছি হাইস্কুল খেলপথাৰত চলি থকা দেবেন্দ্র নাথ বৰ্মন আৰু মহেশ চন্দ্ৰ দাস সোঁৱৰণী আমন্ত্রণমূলক ফুটবল প্রতিযোগিতাৰ আজিৰ প্ৰথমখন ছেমিফাইনেল খেলত হাৰিভাঙ্গা কামাখ্যা একাদশ ক্লাৱে ধমধমা স্পোটর্ছ এছোছিয়েশ্যনক ৩-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। উল্লেখ্য যে অহা ৬ ছেপ্টেম্বৰত ফাইনেল খেলখন অনুষ্ঠিত হব।

Featured