থাইলেণ্ডলৈ অসমৰ শৰীৰচৰ্চাবিদ

নিউজ ডেস্ক ১৯ নৱেম্বৰঃ থাইলেণ্ডত অহা ৩০ নৱেম্বৰৰ পৰা অনুষ্ঠিত হ’ব লগা ইউনিভাৰ্ছ দেহশ্ৰী প্ৰতিযোগিতাত ভাগ লব অসমৰ এটি ১৫ জনীয়া দলে। দলটোৰ অন্যতম শৰীৰচৰ্চাবিদ সকল হল দ্বীপজ্যোতি বড়ো, অম্লানজ্যোতি ৰাভা, বিজুৰাম বড়ো, অতনু বৰুৱা, ভাস্কৰজ্যোতি বৰুৱা, মনজিত পাল, প্ৰসেনজিত কৰ্মকাৰ, মৃণাল ঠাকুৰীয়া আৰু ৰাহুল কলিতা।

bodybuildingchampion shipthailand