নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰঝাৰ বিমান বন্দৰত যাত্ৰীক কিদৰে পৰীক্ষা কৰা হৈছে নিৰীক্ষণ কৰিলে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই

নিয়মীয়া বাৰ্তা, ১৮ মাৰ্চঃ বৰঝাৰ বিমান বন্দৰত কৰ’না ভাইৰাছ সন্দৰ্ভত যাত্ৰীক কিদৰে পৰীক্ষা কৰা হৈছে ইয়াৰ নিৰীক্ষণ কৰিলে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। কৰ’না ভাইৰাছ যাতে কোনো যাত্ৰীৰ পৰা সংক্ৰমিত নহয় সেই উদ্দেশ্যই বিমান বন্দৰত প্ৰতিজন যাত্ৰীক বডী স্কেনাৰৰ সহায়ত সঠিকভাৱে পৰীক্ষা কৰা হৈছে নে নাই সকলো নিৰীক্ষণ কৰে মন্ত্ৰীগৰাকীয়ে। প্ৰতিজন যাত্ৰীৰ সুৰক্ষাৰ বাবে লোৱা পদক্ষেপৰ প্ৰতি যাত্ৰীসকলে জনোৱা সঁহাৰিকো প্ৰশংসা কৰিলে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।

You might also like