ঢেকীয়াজুলিৰ ঘটনাস্থলীত উপস্থিত ADGP জি পি সিং
- ঢেকীয়াজুলি কাণ্ডক লৈ চাঞ্চল্য অব্যাহত
- ঘটনাস্থলীত উপস্থিত ADGP জি পি সিং
- ঠেলামৰাত SP, জ্যেষ্ঠ আৰক্ষী বিষয়াৰ সৈতে আলোচনা
- ঘটনা সন্দৰ্ভত ৪ টাকৈ গোচৰ ৰুজু হোৱা বুলি জনাইছে জি পি সিঙে
- অধিক তথ্যৰ বাবে বৰ্তমানো তদন্ত অব্যাহত থকাৰ কথা প্ৰকাশ জি পি সিঙৰ
- ঠেলামৰাত সান্ধ্য আইন জাৰী