আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ আৰু অপৰাধ বিৰোধী সংগঠনৰ কামৰূপ জিলা সমিতিৰ কাৰ্যভাৰ গ্ৰহণ
নিয়মীয়া বাৰ্তা, ৮ নৱেম্বৰঃ আন্তঃৰাষ্ট্ৰীয় মানৱাধিকাৰ আৰু অপৰাধ বিৰোধী সংগঠনৰ কামৰূপ জিলা সমিতি খনে আজি কাৰ্যভাৰ গ্ৰহণ কৰে ৷উল্লেখযোগ্য যে ভাৰতৰ বিখ্যাত এই স্বেচ্ছাসেৱী সংগঠনটোৰ কামৰূপ জিলা সমিতিখন অলপতে গঠন কৰা হয় ৷ নামখাটিৰাৰ মহেন্দ্ৰ…