নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রথমবাৰলৈ ফাইনেল খেলাৰ লক্ষ্য দিল্লীৰ

নিয়মীয়া বাৰ্তা, ৮ নবেম্বৰঃ ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ ঐশ্বর্যশালী ক্রিকেট প্রতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগত প্রথমবাৰৰ বাবে ফাইনেল খেলাৰ লক্ষ্য লৈছে নৱাগত খেলুৱৈৰে সমৃদ্ধ দিল্লী কেপিটেলছে৷ সংযুক্ত আৰব আমিৰ শ্বাহীত পূর্ণগতিত চলি থকা…

একেদিনাই ২২হাজাৰ মেছেজ, বিপদত হিমন্ত বিশ্ব শৰ্মা!

নিয়মীয়া বাৰ্তা, ৭ নবেম্বৰঃ আপোনাৰ ৱাটছ এপত এদিনত কিমান মেছেজ আহে এশ, দুশ, তিনিশ.....। কিন্তু একেদিনাই ২২ হাজাৰ মেছেজ মূৰ ঘূৰাই যোৱা ঘটনা! হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৱাটছ এপত আহিছে ২২ হাজাৰতকৈও অধিক মেছেজ। মাজবাটৰ এখন নিৰ্বাচনী প্ৰচাৰ…

ছয়গাঁৱত যোগান মন্ত্রী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ আছুৰ

নিয়মীয়া বাৰ্তা, ৭ নৱেম্বৰঃ ৰাজ্যত অত্যাশ্যকীয় সামগ্ৰীৰ দাম হোৰাহোৰে বৃদ্ধি পোৱাৰ ফলত সাধাৰণ জনতাৰ পৰিয়াল চলোৱাই কঠিন হৈ পৰিছে । যাৰ বাবে আজি দিনৰ প্ৰায় ২.৩০ বজাত ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাই মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ১৭ নং…

অসমতো নিষিদ্ধ হ’ব নেকি ফটকা-আতচবাজী!

নিয়মীয়া বাৰ্তা, ৭ নবেম্বৰঃ দিল্লী, ৰাজস্থান, কৰ্ণাটক, উৰিষ্যা, পশ্চিমবংগ এই পাঁচখনত ৰাজ্যত নিষিদ্ধ হৈছে ফটকা-আতচবাজী। অসমত দীপাৱলী সময়তো নিষিদ্ধ হ'ব নেকি ফটকা। বৰপেটা ফটকা আতচবাজী উদ্য়োগৰ সৈতে জড়িত লোকসকলে কি বিচাৰে। এই সন্দৰ্ভত নিউজ…

HSত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ২২ হাজাৰ ছাত্ৰীলৈ স্কুটীঃ হিমন্ত বিশ্ব শৰ্মা

নিয়মীয়া বাৰ্তা, ৭ নবেম্বৰঃ HSত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ২২ হাজাৰ ছাত্ৰীক প্ৰদান কৰা হ'ব স্কুটী। এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰ আমি সিদ্ধান্ত কৰিছো যে এই বছৰ প্ৰতিমাহে ৭০০টকাৰ বিপৰীতে ১০০০ টকাকৈ হোষ্টেলত থকা ল'ৰা-ছোৱালীক…

‘বিজেপি শাসনলৈ আহিলে মা-ভনীৰ শ্লীলতা হানি হ’ব’ আজমলৰ বিতৰ্কিত মন্তব্য

নিয়মীয়া বাৰ্তা, ৭ নবেম্বৰঃ বৰাকত পাকিস্তান জিন্দাবাদ ধ্বনি দিয়াৰ পাছতে বদৰুদ্দিন আজমলৰ বিতৰ্কিত মন্তব্য। শিলচৰৰ এখন নিৰ্বাচনী সভাত সাম্প্ৰদায়িক মন্তব্য আজমলৰ। বিজেপি শাসনলৈ আহিলে মা-ভনীৰ শ্লীলতা হানি হ'ব। ৰাম মন্দিৰ, NRC,CAA প্ৰসংগতো…

অসম-মিজোৰাম সীমান্তত উত্তেজনা, দুৰ্বৃত্তই বিস্ফোৰণ ঘটাই ধ্বংস কৰিলে বিদ্যালয়

নিয়মীয়া বাৰ্তা, ৭ নবেম্বৰঃ অসম-মিজোৰাম সীমান্তত উত্তেজনা। নিশা দুৰ্বৃত্তই বিস্ফোৰণ ঘটালে এখন বিদ্যালয়ত। লাইলাপুৰত সংঘটিত হৈছে এই ঘটনা। বিস্ফোৰণত ধ্বংস হয় আপাৰ পাইন'ম এল পি স্কুল। ইয়াৰ উপৰিও মিজো দুৰ্বৃত্তই আন এখন বিদ্যালয় ধ্বংস কৰিছিল আন…

‘৮০ টকীয়া পিঁয়াজ বাদ দিয়ক, পাঁচফোৰণ খাওক’

নিয়মীয়া বাৰ্তা, ৬ নবেম্বৰঃ যি পৰ্যায়ত মূল্যবৃদ্ধি হৈছে তাৰ বহু বেছিকৈ বিৰোধীয়ে কথাটো ৰৌজাল-বৌজাল কৰিছে। নতুন পিঁয়াজ অহাৰ লগে লগে পিঁয়াজৰ দাম কৰি যাব। ৮ৰ পৰা ১০ টকা প্ৰতিকেজিত কিনিব পাৰিব। দাম কমিলে চৰকাৰক ধন্যবাদ নিদিয়ে। এই মন্তব্য বিধায়ক…

অসমত ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি, তীব্ৰ প্ৰতিক্ৰিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ৬ নবেম্বৰঃ ৰাজ্যত নাভূত-নাশ্ৰুত ঘটনা। বদৰুদ্দিন আজমলৰ সমৰ্থকে দিলে পাতিস্তান জিন্দাবাদ ধ্বনি। এনে ৰাষ্ট্ৰদ্ৰোহীৰ সকলৰ বিৰুদ্ধে এতিয়া সৰব হৈ উঠিছে জনতা। এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ।…

আজমলৰ সমৰ্থকৰ ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি

নিয়মীয়া বাৰ্তা, ৬ নবেম্বৰঃ শিলচৰ বিমান বন্দৰত বদৰুদ্দিন আজমলৰ সমৰ্থকৰ পাকিস্তান জিন্দাবাদ ধ্বনি।আজি গুৱাহাটীৰ পৰা শিলচৰৰ কুম্ভীৰগ্ৰাম বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে একাংশ সমৰ্থকে দিলে দেশদ্ৰোহিতাৰ পৰিচয়। তাৰ পাছতে বিমান বন্দৰত সৃষ্টি হয়…