ফিল্মফেয়াৰৰ মঞ্চত উজলিল পাৰ্থসাৰথি মহন্ত পৰিচালিত ‘লাচিত দ্য ৱাৰিয়ৰ’
বিশেষ বাৰ্তা, ১২ মাৰ্চ : কালি গুৱাহাটীত অনুষ্ঠিত হৈ যায় ফিল্মফেয়াৰৰ অসম সংস্কৰণৰ বৰ্ণাঢ্য বঁটা প্ৰদান অনুষ্ঠান। ফিল্মফেয়াৰ অসমৰ বৰ্ণিল অনুষ্ঠানত উজলিল IGP পাৰ্থসাৰথি মহন্তৰ ৰচিত আৰু পৰিচালিত 'লাচিত দ্য ৱাৰিয়ৰ'। ইতিমধ্যে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা 'লাচিত দ্য ৱাৰিয়ৰ'ৰ বাবে ফিল্মফেয়াৰৰ মঞ্চত বিশেষভাৱে…
Read More...