ৰয়েল এনফিল্ডক প্ৰত্যাহ্বান জনাবলৈ বজাৰলৈ আহি আছে হিৰোৰ নতুন বাইক
নিয়মীয়া বাৰ্তা, ৬ মে: মিডৱেট মটৰ চাইকেল ছেগমেণ্টত ৰয়েল এনফিল্ডে আধিপত্য বিস্তাৰ কৰিছে। কোম্পানীটোৱে যোৱা বছৰ বিশ্বজুৰি বছৰি ২০ লাখ ইউনিট বিক্ৰী কৰিছে। য’ত কোম্পানীটোৱে বিদেশত এই ছেগমেণ্টৰ ১০ শতাংশ বজাৰ অংশীদাৰিত্ব লাভ কৰাৰ বিপৰীতে ভাৰতত ইয়াৰ ৯০ শতাংশ অংশীদাৰিত্ব আছিল। বজাৰ অংশীদাৰিত্ব আৰু অধিক বৃদ্ধি কৰাৰ লক্ষ্যৰে ৰয়েল এনফিল্ডে এই বিত্তীয় বৰ্ষত…
Read More...