গুজৰাটৰ খনিত বিশ্বৰ দীর্ঘতম সাপৰ জীৱাশ্ম উদ্ধাৰ
🔹 আইআইটি ৰুৰকিৰ বিজ্ঞানীৰ অনুসন্ধান : দৈর্ঘ্য ৪৯ ফুট
বিশেষ বাৰ্তা, ২০ এপ্রিল : এসময়ত বিশালকায় প্রাণীসমূহৰ বিচৰণভূমি আছিল পৃথিৱী৷ মানৱবিহীন এই পৃথিৱীত প্রাকঐতিহাসিক প্রাণীসমূহে বিচৰণ কৰি ফুৰিছিল যদিও কালৰ নিয়ম অনুসৰি এই প্রাণীবোৰ বিলুপ্ত হয় পৃথিৱীৰ পৰা৷ কিন্তু ধৰিত্রীৰ গর্ভত এই প্রাণীসমূহৰ অস্তিত্বৰ প্রমাণ থাকি গ’ল৷ গুজৰাটৰ কচ্ছত শেহতীয়াকৈ সন্ধান…
Read More...