পেট্র’ল-ডিজেলচালিত বাহনৰ পৰা মুক্ত হ’ব ভাৰত
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ এপ্ৰিলঃ দেশজুৰি থকা ৩৬ কোটি পেট্র’ল আৰু ডিজেলচালিত বাহন নিষিদ্ধ কৰা হ’ব পাৰে এই সম্ভাৱনাৰ কথা সদৰী কৰিলে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰিয়ে৷ অৱশ্যে এই কথাও মন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে এতিয়াই এনে কাম কৰাটো সম্ভৱ নহ’ব৷ কিন্তু ভৱিষ্যতে পেট্র’ল–ডিজেলচালিত বাহনক বিদায় দিয়াটো সম্ভৱ হ’ব পাৰে৷ সংবাদ সংস্থা পিটিআইৰ সৈতে…
Read More...