নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত ছীল কৰা হ’ল স্পেনিছ গাৰ্ডেন

নিয়মীয়া বাৰ্তা ৪ এপ্ৰিলঃ চৈধ্য দিনৰ বাবে ছীল কৰা হৈছে স্পেনিছ গাৰ্ডেন। এপাৰ্টমেণ্টটোলৈ অহা-যোৱা সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। প্ৰশাসনে এপাৰ্টমেণ্টটোত খাদ্যৰ যোগান ধৰিব। মনিষ
তিব্ৰেৱালৰ সংস্পৰ্শলৈ অহা ১১১জন ব্যক্তিক কোৱাৰেণ্টাইন কৰা হৈছে। সংবাদমেলত এই ঘোষণা স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

You might also like