নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত তীব্ৰ বেগী বাছৰ খুন্দাত নিহত স্কুটী আৰোহী

নিয়মীয়া বাৰ্তা, ২৬ ডিচেম্বৰঃ বৃহস্পতিবাৰে পুৱাই মহানগৰীৰ আদাবাৰীত সংঘটিত হ’ল এক ভয়াবহ পথ দুৰ্ঘটনা । তীব্ৰ বেগী ASTC বাছৰ খুন্দাত নিহত এজন স্কুটী আৰোহী ।

ASTC বাছখন

দুৰ্ঘটনাত নিহত হোৱা যুৱকজন গাড়ীগাঁৱৰ ফাৰহান নাদিম।

ইপিনে দুৰ্ঘটনা সংঘটিত কৰিয়েই বাছ এৰি পলায়ন বাছ চালকৰ।

You might also like