নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

  কেৰালাত পৰম্পৰাগত পোছাকত ফটোশ্বুট ছানী লিয়নীৰ…

  • বলীউড অভিনেত্ৰী ছানী লিয়নীয়ে শেহতীয়াকৈ ফটোশ্বুট কৰিছে কেৰালাত। এই ফটোবোৰত পৰম্পৰাগত ৰূপত দেখা গৈছে ছানীক।

  • এতিয়া এই ছবিবোৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

  • ফটোসমূহ শ্বেয়াৰ কৰি ছানীয়ে লিখিছে-  In love with God’s own country – #Kerala ?.

  •  এই ফটোবোৰত ধুনীয়া আৰু আকৰ্ষণীয় ৰূপত দেখা গৈছে ছানীক। 

  •  খিছুদিন পূৰ্বে, ছানী লিয়নীয়ে তেওঁৰ পৰিয়ালৰ সৈতে অৱসৰ বিনোদনৰ বাবে কেৰালালৈ গৈছিল।

You might also like