নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনাৰ ফলত ভাৰতত মৃত্যু হোৱা লোকৰ সংখ্যা ৩ জনলৈ বৃদ্ধি

নিয়মীয়া বাৰ্তা, ১৭ মাৰ্চঃ বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা ক’ৰোনা ভাইৰাছত সমগ্ৰ দেশত ১২৯ গৰাকীলৈ বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ।

ইপিনে ইয়াৰ মাজতে মুম্বাইত ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা প্ৰথমটো ঘটনা পোহৰলৈ আহিছে । এ এন আইৰ খবৰ অনুসৰি আজি পুৱা মুম্বাইৰ কস্তুৰবা হাস্পতালত ৬৪ বছৰীয়া এগৰাকী ৰোগী COVID-19 ত আক্ৰান্ত হৈ মৃত্যু ঘটে ।

যাৰ বাবে ভাৰতত এই মাৰাত্মক ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৰ্তমানলৈকে ৩ জনলৈ বৃদ্ধি পাইছে ।

You might also like