নিয়মীয়া বাৰ্তা,৩১ জানুৱাৰী : আজি পুৱা প্ৰায় ৩:৪০ বজাত আন্দামান সাগৰত ৪.৯ প্ৰাবল্যৰ ভূমিকম্প হোৱা বুলি ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই তথ্য প্ৰকাশ কৰে। ভূমিকম্পৰ গভীৰতা আছিল ৭৭ কিলোমিটাৰ। আন্দামান সাগৰত হোৱা ভূমিকম্পৰ ফলত আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত কোনো ধৰণৰ ক্ষয়-ক্ষতিৰ সম্ভেদ পোৱা নাযায়।
Next Post
You might also like