নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধত আহত সেনাৰ বৃদ্ধি এবছৰলৈ চৰকাৰী আবাস

নিয়মীয়া বাৰ্তা ২৬ নৱেম্বৰঃ ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে তিনি সেনা বাহিনীৰ বাবে এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱৰ মঞ্জুৰি দিয়ে। এতিয়া যুদ্ধ ক্ষেত্ৰত আহত হোৱা সৈনিক সকলে চৰকাৰী আবাসৰ সুবিধা এবছৰলৈ বৃদ্ধি কৰিছে। উল্লেখ্য যে ইয়াৰ আগতে এই সুবিধা কেৱল তিনি মাহৰ বাবে আছিল।

You might also like