নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১১ ডিচেম্বৰলৈকে তিহাৰ জেলৰ আলহী পি. চিদাম্বৰম

নিয়মীয়া বাৰ্তা ২৭ নৱেম্বৰঃ সংকতে যেন লগ এৰা নাই প্ৰাক্তন বিত্ত মন্ত্ৰী পি. চিদাম্বৰমৰ । দিল্লীৰ এখন বিশেষ আদালতে ন্যায়িক জিম্মা পুনৰ বৃদ্ধি কৰে চিদাম্বৰমৰ। আই এন এক্স মিডিয়া গোচৰত চিদাম্বৰমক ১১ ডিচেম্বৰলৈকে তিহাৰ জেলতে থাকিব লাগিব।

You might also like