নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৰুতৰভাৱে অসুস্থ কপিলদেৱ, হৃদৰোগত আক্রান্ত হৈ হাস্পতালত ভৰ্তি

নিয়মীয়া বার্তা, ২৩ অক্টোবৰঃ মহাসপ্তমীৰ দুপৰীয়াই দেশৰ ক্রীড়াপ্রেমীৰ বাবে এটা বেয়া খবৰ। গুৰুতৰভাৱে অসুস্থ বিশ্বকাপজয়ী প্রাক্তন ভাৰতীয় অধিনায়ক কপিলদেৱ (Kapil Dev)। শুকুৰবাৰে হৃদৰোগত আক্রান্ত হ’ল তেওঁ। তাৰপাছতেই ততাতৈয়াকৈ তেওঁক দিল্লীৰ এখন হাস্পতালত ভৰ্তি কৰা হয়।

সূত্রৰ খবৰ অনুসৰি,, দীর্ঘদিন ধৰি ডায়াবেটিছত ভুগি আছিল তেওঁ। তাৰ উপৰতে এইবাৰ হদৰোগত আক্রান্ত হয় প্ৰাক্তন ক্ৰিকেটাৰগৰাকী।

You might also like