নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইনী মডেললৈ সঘনে আহিছে বিয়াৰ প্রস্তাৱ !

নিয়মীয়া বাৰ্তা, ১৮ জুন: যুদ্ধবিধ্বস্ত ইউক্রেইন৷ কিন্তু দেশখনৰ সুন্দৰী নাৰীৰ কদৰ এতিয়াও পূর্বৰ দৰে আছে বিশ্বজুৰি৷ বিধ্বস্ত ইউক্রেইনৰ এগৰাকী মডেলে সদায় লাভ কৰিছে বিয়াৰ প্রস্তাৱ৷ পাণিপ্রার্থীসকলৰ ভিতৰত আছে ব্রাজিল, আমেৰিকা, ইউৰোপ, আৰব, স্পেইনৰ পুৰুষ৷ আনকি ৰাছিয়াৰ বহু প্রণয় প্রার্থীয়েও মডেলগৰাকীক বিয়াৰ প্রস্তাৱ দি আহিছে৷ যুদ্ধবিধ্বস্ত দেশখনৰ পৰা মডেলগৰাকী শীঘ্রে লৈ যোৱাৰ বাবে এনেদৰে প্রস্তাৱ দি আহিছে বিভিন্ন দেশৰ পুৰুষে৷ এই মডেলগৰাকীৰ নাম হৈছে লুইছা খোভানস্কি৷ লুইছাৰ শাৰীৰিক সৌন্দর্য যাতে যুদ্ধবিধ্বস্ত দেশত বিনষ্ট নহয় তাৰ বাবে বহু ৰাছিয়ান সৈনিকেও শীঘ্রে এই মডেলগৰাকীক বিয়া কৰাবলৈ আগ্রহ প্রকাশ কৰিছে৷

You might also like