নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘উন্নতিৰ স্বপ্ন নাথাকিলে বাহিৰা শক্তিৰে কোনো ডাঙৰ হ’ব নোৱাৰে’

নিয়মীয়া বাৰ্তা,৯ ফেব্ৰুৱাৰীঃ নগাঁৱৰ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত শনিবাৰে আয়োজিত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত প্রসিদ্ধ সাহিত্যিক–সাংবাদিক হোমেন বৰগোহাঞি আৰু গণশিল্পী সূর্য দাসক শ্বহীদ কৰম সিংহ জনমভূমি বঁটা প্রদান কৰা হয় ৷ বঁটা…

আলফা(স্বা)ৰে শান্তি আলোচনাঃ ৰাজ্যিক কেবিনেটে পঠাব প্ৰস্তাৱ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ বড়ো শান্তি চুক্তিৰ পাচতেই এতিয়া উত্থাপিত হৈ আছে আলফা স্বাধীন আৰু চৰকাৰ মাজৰ শান্তি আলোচনাৰ বিষয়টো । কেন্দ্ৰীয় চৰকাৰেও উত্তৰ-পূব তথা অসমলৈ শান্তি ঘূৰাই অনাৰ বাবে আলফাৰ সৈতে আলোচনাৰ বিষয়টো গুৰুত্বসহকাৰে গ্ৰহণ…

কিয় খান্দি উলিওৱা হ’ল শিশুৰ মৃতদেহ ?

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ শনিবাৰে গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত খান্দি উলিওৱা হ'ল এটি শিশুৰ মৃতদেহ । ৮ জানুৱাৰীত জন্ম হোৱা এই শিশুটিৰ মৃত্যু হৈছিল যোৱা ৪ ফেব্ৰুৱাৰী তাৰিখে । মাত্ৰ ২৭ দিনৰ পাচতেই মৃত্যু হোৱা সন্তানটোৰ বাবে পিতৃ-মাতৃয়ে ৰঙিয়াৰ…

ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ ৰাজ্যত ভূমিকম্পৰ তীব্ৰ জোকাৰণি । ৬.১৭ বজাত সৃষ্টি হয় এই জোকাৰণি । বৰ্তমানলৈকে ক্ষয়-ক্ষতিৰ কোনো তথ্য অহা নাই যদিও ক্ষতিৰ আশংকা কৰা হৈছে ।

হাজোৰ ৰাইজে মোক এৰি নিদিয়েঃ সুমন হৰিপ্ৰিয়া

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ এইবাৰ গায়িকা ৰূপত হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া। অসম প্ৰদেশ বিজেপিৰ আহ্বান মৰ্মে হাজোৰ সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই আইদেউৰ বুলনি অনুষ্ঠানৰ জৰিয়তে মহিলা সকলক একত্ৰিত কৰাৰ লগতে মহিলা সকলৰ প্ৰতিভা বিকাশৰ…

আকৰ্ষণৰ কেন্দ্ৰবিন্দু অসমৰ জাৰ্মানী গাঁও

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ জাৰ্মানী গাঁও । ভুল নুবুজিব জাৰ্মানীৰ নহয় খোদ অসমৰে এইখন জাৰ্মানী গাঁৱত এতিয়া ভিৰ কৰিছে দেশী-বিদেশী অগণন পৰ্যটকে । লখিমপুৰ জিলাৰ জাৰ্মানী গাঁৱৰ ৮০ -১০০ বছৰ পুৰণি কেতবোৰ সামগ্ৰীয়ে এতিয়া হাত-বাউলি মাতিছে এইসকল…

ক’ত ক’ত শিপাইছে টিকটক ? অৱশেষত আহিল জাননী

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ টিকটক । এটা প্ৰজন্মৰ বাবে মেনিয়া হোৱা এই টিকটকে এতিয়া সন্ত্ৰাস সৃষ্টি কৰিছে সকলোতে । মহাবিদ্যালয়-বিশ্ববিদ্যালয়কে ধৰি বহু অনুষ্ঠান-প্ৰতিষ্ঠানত টিকটক নিষিদ্ধ ঘোষণা কৰিও জাৰী কৰা হৈছে জাননী । টিকটকৰ বাবেই আকৌ…

আজি নিজম পৰিব দিহিঙীয়া মহুৰা পথাৰঃ শোকাকুল কাজিৰঙা সমন্বয় ক্ষেত্ৰ

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৯ সংখ্যক অধিৱেশনৰ আজি অন্তিমটো দিন । গোলাঘাটৰ কমাৰগাঁৱৰ দিহিঙীয়া মহুৰা পথাৰৰ কাজিৰঙা সমন্বয় ক্ষেত্ৰ যোৱা চাৰিটা দিনে মুখৰ হৈ আছিল হৰিনামৰ ধ্বনিৰে । হৰিনাম আৰু ভক্তিৰসৰ মাজেৰে সমগ্ৰ অসমৰ…

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথ দুৰ্ঘটনাত নিহত কেইজনো লোক

নিয়মীয়া বাৰ্তা, ৮ ফেব্ৰুৱাৰীঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথ দুৰ্ঘটনাত নিহত কেইজনো লোক।বঙাইগাঁৱৰ কীৰ্তনপাৰাত বাইক দুৰ্ঘটনাত থিতাতে নিহত দুজনকৈ লোক নিহত লোকদুজন ক্ৰমে গংগা মণ্ডল আৰু বুদ্ধ আৰ্য্য। আনহাতে দুৰ্ঘটনাত মৃত্যুঞ্জয় মণ্ডল নামৰ আন এজন…

শিৱসাগৰ আৰক্ষীৰ জালত হানী ট্রেপিং চক্রৰ মাষ্টাৰ মাইণ্ডসহ ৩

নিয়মীয়া বাৰ্তা ৮ ফেব্ৰুৱাৰীঃ  উজনি অসমৰ কেউখন জিলাৰ লগতে শিৱসাগৰ জিলাতো দীর্ঘদিনৰ পৰা হানী ড্রেপিঙৰ জৰিয়তে বিভিন্ন চৰকাৰী বিষয়া–কর্মচাৰীৰ পৰা লাখ লাখ টকা আদায় কৰি অহা কুখ্যাত হানী ড্রেপিং চক্রটোৰ বিৰুদ্ধে অৱশেষত চলিল শিৱসাগৰ আৰক্ষীৰ বৃহৎ…